Class 7 Maths Question Answer Chapter 1 পৰিমেয় সংখ্যা

অনুশীলনী-9.1

1. তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা

(i) সকলো স্বাভাবিক সংখ্যাই অখণ্ড সংখ্যা।

(ii) এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ’বও পাৰে।

(iii) এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ’বই।

(iv) দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে।

(v) সকলো ভগ্নাংশই অখণ্ড সংখ্যা।

(vi) সকলো ভগ্নাংশই পৰিমেয় সংখ্যা।

(vii) 0 সংখ্যাটো পৰিমেয় সংখ্যা।

(viii) প্রত্যেকটো অখণ্ড সংখ্যাই পৰিমেয়।

2. তলৰ প্ৰতিটোৰ বাবে ও টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা (মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ বাবে অসংখ্য পৰিমেয় সংখ্যা আছে।)

3. তলৰ যোৰকেইটা সমতুল্য হয় নে?

4. সমতুল্য হ’বলৈ x আৰু y ৰ ঠাইত কি বহুৱাব লাগিব।

5. আদর্শ ঠাঁচ (বা প্রামাণিক আর্হিত) প্রকাশ কৰা-

6. প্রতিযোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰাঃ

7. তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা 5 টা পৰিমেয় সংখ্যা লিখাঃ (মনত ৰাখিবা তলৰ প্রতিযোৰ পৰিমেয় সংখ্যাৰ মাজত বহুতবোৰ পৰিমেয় সংখ্যা আছে।)

৪. সংখ্যাৰেখাত তলত দিয়া পৰিমেয় সংখ্যাকেইটা বহুওৱা

31 9. 0ৰ সোঁহাতে থকা এটা পৰিমেয় সংখ্যা 31 0 4 বাঁওহাতে এই ইসমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি? এই পৰিমেয় সংখ্যা দুটাৰ ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো কি?

(1) 1 তকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি?

তকৈ ডাঙৰ অখণ্ড সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি?

Leave a Comment