Skip to content
কাক কি বুলি জনা যায় Kak Ki Buli Jona Jai
| Known as |
Name |
| অগ্নিকবি |
কমলাকান্ত ভট্রাচার্য |
| অতিন্দ্রিয়বাদী কবি |
নলিনীবালা দেৱী |
| অভিনয়াচার্য |
ব্রজনাথ শর্মা |
| অসম কেশৰী |
অম্বিকাগিৰি ৰায়চৌধুৰী |
| অসম গৌৰৱ |
হেম বৰুৱা |
| উপন্যাস সম্রাট |
ৰজনীকান্ত বৰদলৈ |
| এণ্ডি খুৰা |
ডাঃ নগেন দত্ত |
| কথা শিল্পী |
চৈয়দ আব্দুল মালিক |
| কবিতা কোঁৱৰ |
অম্বেশ্বৰ চেতিয়া ফুকন |
| কর্মবীৰ |
নবীন চন্দ্র বৰদলৈ |
| কলংপৰীয়া কবি |
দেৱকান্ত বৰুৱা |
| কলাগুৰু |
বিষ্ণুপ্রসাদ ৰাভা |
| খৰিকাজাঁইৰ কবি |
ভবানন্দ ৰাজখোৱা |
| গীতিকবি |
পার্ৱতিপ্রসাদ বৰুৱা |
| জগতগুৰু |
শ্ৰীমন্ত শংকৰদেৱ |
| জননায়ক |
দেৱেশ্বৰ শর্মা |
| জ্ঞানমালিনীৰ কবি |
মফিজুদ্দিন আহমদ হাজৰিকা |
| ত্যাগবীৰ |
হেমচন্দ্র বৰুৱা |
| দানবীৰ |
ৰাধানাথ সন্দিকৈ |
| দেশ হিতৈষী |
বিমলা প্ৰসাদ চলিহা |
| দেশপ্রাণ |
লক্ষ্মীধৰ শর্মা |
| দেশভক্ত |
তৰুণৰাম ফুকন |
| ধ্বনি কবি |
বিনন্দ চন্দ্র বৰুৱা |
| নটসূর্য |
ফণী শর্মা |
| নাট্য প্রভাকৰ |
সত্যপ্রসাদ বৰুৱা |
| নিজৰাৰ কবি |
শৈলধৰ ৰাজখোৱা |
| নৃত্যাচাৰ্য |
যতীন গোস্বামী |
| পণ্ডিতপ্ৰবৰ |
কৃষ্ণকান্ত সন্দিকৈ |
| পথাৰৰ কবি |
ৰাম গগৈ |
| পাপৰিৰ কবি |
গণেশ চন্দ্র গগৈ |
| প্রতিমাৰ খনিকৰ |
চন্দ্রকুমাৰ আগৰৱালা |
| প্রেম আৰু ৰ’দালিৰ কবি |
হীৰেন ভট্রাটার্য |
| ফুলনিৰ কবি |
পদ্মধৰ চলিহা |
| বকুলবনৰ কবি |
আনন্দ চন্দ্র বৰুৱা |
| বনকোঁৱৰ |
আনন্দিৰাম দাস |
| বনফুলৰ কবি |
যতীন্দ্রনাথ দুৱৰা |
| বাগ্মীবৰ |
নীলমণি ফুকন |
| বিদ্রোহী কবি |
প্রসন্নলাল চৌধুৰী |
| বিহগী কবি |
ৰঘুনাথ চৌধাৰী |
| বীৰবালা |
কনকলতা |
| ভাঙনিকোঁৱৰ |
আনন্দচন্দ্ৰ আগৰৱালা |
| ভাষাতত্ত্ববিদ |
বাণীকান্ত কাকতি |
| মৌচাক মামা |
শান্তনু তামূলী |
| মৰমী কবি |
দুর্গেশ্বৰ শর্মা |
| লুইত কোঁৱৰ |
ৰুদ্ৰ বৰুৱা |
| লোকনায়ক |
অমিয় কুমাৰ দাস |
| লোকপ্রাণ |
মতিৰাম বৰা |
| লোকপ্রিয় |
গোপীনাথ বৰদলৈ |
| লোকবন্ধু |
ডাঃ ভুৱনেশ্বৰ বৰুৱা |
| লৌহ মানৱ |
বিষ্ণুৰাম মেধি |
| শেৱালি কবি |
ৰত্নকান্ত বৰকাকতি |
| শোণিত কোঁৱৰ |
গজেন বৰুৱা |
| সংগীতাচার্য |
লক্ষ্মীৰাম বৰুৱা |
| সাহিত্য ৰত্ন |
চন্দ্রধৰ বৰুৱা |
| সাহিত্যৰথী |
লক্ষ্মীনাথ বেজবৰুৱা |
| সিংহপুৰুষ |
ৰাধাগোবিন্দ বৰুৱা |
| সুগন্ধি পখিলাৰ কবি |
হীৰেন ভট্টাচাৰ্য |
| সুধাকণ্ঠ |
ড° ভূপেন হাজৰিকা |
| সেউজ কোঁৱৰ |
পৰাগধৰ চলিহা |
| সৰস্বতী |
নিৰ্মলপ্ৰভা বৰদলৈ |
| হস্তী-কন্য |
প্ৰতিমা পাণ্ডে বৰুৱা |
| ৰংমন |
ৰবিন দে |
| ৰসাল কবি |
দণ্ডিনাথ কলিতা |
| ৰসৰাজ |
লক্ষ্মীনাথ বেজবৰুৱা |
| ৰূপকোঁৱৰ |
জ্যোতিপ্ৰসাদ আগৰৱালা |