অসমত পালন কৰা বিভিন্ন দিৱসসমূহ List of Important Days In Assam
| Date | Event |
|---|---|
| ১০ জানুৱাৰী | বিশ্ব হাস্য দিৱস |
| ১৫ জানুৱাৰী | সেনা দিৱস |
| ১৭ জানুৱাৰী | শিল্পী দিৱস |
| ২৩ জানুৱাৰী | নেতাজী দিৱস |
| ২৫ জানুৱাৰী | ৰাষ্ট্ৰীয় ভোটাৰ দিৱস |
| ২৬ জানুৱাৰী | গণৰাজ্য দিৱস |
| ৩০ জানুৱাৰী | শ্বহীদ দিৱস |
| ৩১ জানুৱাৰী | মে-দাম-মে-ফী |
| ২ ফেব্ৰুৱাৰী | বিশ্ব জলাশয় দিৱস |
| ৩ ফেব্ৰুৱাৰী | চিলাৰায় দিৱস |
| ৪ ফেব্ৰুৱাৰী | বিশ্ব কৰ্কট দিৱস |
| ২৮ ফেব্ৰুৱাৰী | ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস |
| ৮ মাৰ্চ | আন্তৰাষ্ট্ৰীয় নাৰী দিৱস |
| ১২ মাৰ্চ | বিশ্ব বৃক্ক দিৱস |
| ১৫ মাৰ্চ | বিশ্ব প্ৰতিবন্ধী দিৱস |
| ২১ মাৰ্চ | বিশ্ব বন দিৱস |
| ২২ মাৰ্চ | বিশ্ব জল দিৱস |
| ২৩ মাৰ্চ | বতৰ বিজ্ঞান দিৱস |
| ২৪ মাৰ্চ | বিশ্ব যক্ষ্মা দিৱস |
| ২৭ মাৰ্চ | বিশ্ব থিয়েটাৰ দিৱস |
| ৭ এপ্ৰিল | বিশ্ব স্বাস্থ্য দিৱস |
| ১৭ এপ্ৰিল | বিশ্ব হোমাফিলিয়া দিৱস |
| ২৩ এপ্ৰিল | বিশ্ব গ্ৰন্থ দিৱস |
| ১ মে’ | মে’ দিৱস |
| ৩ মে’ | সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস |
| ১২ মে’ | বিশ্ব নাৰ্ছ দিৱস |
